অসমত কালি নিশাৰ ভিতৰত পৰিস্থিতিৰ আকস্মিক অৱনতি ঘটে ৷ নিশাৰ ভিতৰত ৪ গৰাকী নতুন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে ইয়াৰে দুগৰাকী গুৱাহাটীৰ,এগৰাকী শোনিতপুৰৰ আৰু আনগৰাকী শিৱসাগৰৰ৷ এইদৰে নিশাটোৰ ভিতৰত অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৫ ৷ পৰিৱৰ্তিত পৰিস্থিতিত প্ৰতি লক্ষ্য ৰাখি ৬৫ উৰ্ধৰ লোক আৰু শিশুসকলক কঠোৰভাৱে ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে৷
????IMPORTANT
On May 16 NIGHT, 4 more #COVID19 + cases were detected – 2 from Guwahati, 1 each from Sonitpur & Sivasagar, taking total cases to 95; active 50. In view of developing situation, I urge elderly (65+) & children below 10 to strictly stay inside, unless very important.
— Himanta Biswa Sarma (@himantabiswa) May 17, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.