মাহ ডিচেম্বৰ 2023

পুত্ৰৰ কথা নুশুনি বিপদত পিতৃ !

  তেলেংগানাত কংগ্ৰেছৰ বিপুল জয়ৰ বিপৰীতে ভয়ংকৰভাৱে মুখথেকেঁচা খালে ভাৰত ৰাষ্ট্ৰ সমিতিয়ে । ভাৰত ৰাষ্ট্ৰ সমিতিৰ মূৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ তেলেংগানা গঠনৰ ক্ষেত্ৰত সৰ্বাধিক অৱদান আছিল । তেওঁৰ নেতৃত্বতে তেলেংগানা গঠনৰ পৰাই অৰ্থাৎ ২০১৪ চনৰ পৰাই তেওঁৰ দলৰ চৰকাৰ আছিল৷চৰকাৰ…

আৰম্ভ হ’ল কংগ্ৰেছৰ পৰম্পৰা,পুনৰ পদবীক লৈ টনাআঁজোৰা !

পাঁচখন ৰাজ্যৰ ফলাফল ওলাল,ফলাফলত কংগ্ৰেছে লাভ কৰিলে কেৱল তেলেংগানা শাসনৰ ক্ষমতা । তেলেংগানাত মুখ্যমন্ত্ৰী কেচিআৰ নেতৃত্বাাধীন ভাৰত ৰাষ্ট্ৰ সমিতিক হৰুৱাই কংগ্ৰেছ দলে ৬৪ খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয় । কিন্তু আৰম্ভণিতেই কেণা লাগিলেই কংগ্ৰেছত ।ৰেৱন্ত ৰেড্ডীৰ…

ভোট ভঙা দলহে হ’ল নেকি আপ?

দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ইতিমধ্যে প্ৰকাশ পালে। তিনিখন ৰাজ্য বিজেপিয়ে দখল কৰাৰ বিপৰীতে কংগ্ৰেছ দলে এখন আৰু আঞ্চলিক দল জ’ৰাম পিপুলচ মুভমেণ্টে মিজোৰাম নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে।ইণ্ডিয়া মিত্ৰজোঁটে একেলগে এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা নাছিল৷। ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ…

হিমন্ত বিশ্ব শৰ্মাৰ ‘বসুন্ধৰা’ বনাম কে চি আৰৰ ‘ ধৰণী’

তেলেংগানাত ‘ধৰণী’ আঁচনি বাতিলৰ প্ৰতিশ্ৰুতি কিয় বিজেপিৰ ? ‘ধৰণী’ৰ বাবে কেনেকৈ বিপদত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰ? দুখন আঁচনি । এখন শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা তেলেংগানাৰ , আনখন অসমৰ । তেলেংগানাৰ আঁচনিখনৰ নাম ‘ধৰণী’ । অসমৰ আঁচনিখনৰ নাম ‘বসুন্ধৰা’ ।…

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত আৰম্ভ পূব- মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ  প্ৰতিযোগিতা

প্রতিবছৰৰ দৰে এইবেলিও ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত  এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজৰ উদ্যোগত অনুষ্ঠিত হৈছে  পূব মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ প্ৰতিযোগিতা। পূব মণ্ডলৰ প্ৰায় ৪৯ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। প্ৰতিযোগিতা( পুৰুষ) শাখাৰ খেল সমূহ অনুষ্ঠিত হ’ব  ১-৪ ডিচেম্বৰলৈ। ইফালে…