মাহ আগষ্ট 2022

ভাৰতীয় ডাক টিকতত সংযোজিত হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি

মৰিগাঁৱৰ বাবে এক সুখবৰ ভাৰতীয় ডাক টিকতত সংযোজিত হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি। আজাদী কি অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি ভাৰতীয় ডাক টিকটত স্থান লাভ কৰে। ১৯৩৮ চনতে স্থাপন হোৱা বঘৰা ৰাজ্যিক চিকিৎসালয়খনে…

২০২২ বৰ্ষৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব যোৰহাটত

*২০২২ বৰ্ষৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব যোৰহাটত। *২-১১ডিচেম্বৰৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা।

মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী বিহ গছৰ গুটি।উচ্চতম ন্যায়ালয়ত শিৱ সেনাৰ থাক্কৰে গোটৰ অভিযোগ।

মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী বিহ গছৰ গুটি।উচ্চতম ন্যায়ালয়ত শিৱ সেনাৰ থাক্কৰে গোটৰ অভিযোগ। শিৱ সেনাৰ নেতৃত্বত কোন থাকিব ঠিৰাং কৰিবলৈ ৮ আগষ্টৰ ভিতৰত প্ৰামাণিক তথ্য দাখিলৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ।

বিশ্ববিখ্যাত ৭৫ সংখ্যক লোকাৰ্নো ফিল্ম ফেষ্টিভেললৈ আমন্ত্ৰিত অসমৰ মুকুল হালৈ।

বিশ্ববিখ্যাত ৭৫ সংখ্যক লোকাৰ্নো ফিল্ম ফেষ্টিভেললৈ আমন্ত্ৰিত অসমৰ মুকুল হালৈ। লোকাৰ্নো ফিল্মমেকাৰ্ছ একাডেমীত ১০দিনীয়া কাৰ্যসূচীত ভাগ লোৱাৰ লগতে মুকুলৰ ‘ঘৰমুৱা’ ছবিখনৰো আনুষ্ঠানিক প্ৰদৰ্শনী হ’ব ফেষ্টিভেলত। মুকুললৈ অভিনন্দন।

গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই ২০ জুলাইত গুৱাহাটীলৈ আহিছিল ঝাৰখণ্ডৰ বিধায়ক

গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই ২০ জুলাইত গুৱাহাটীলৈ আহিছিল ঝাৰখণ্ডৰ বিধায়ক। বিস্ফোৰক তথ্য ফাদিল CID ৰ অনুসন্ধানত। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷   Follow Us Facebook: YouTube: Instagram: Twitter: #Jharkhand #jharkhandpolitics #CongressMLA #Arrest #guwahati #CID #thecrosscurrent  @The…

মাৰ্কিন ড্রোন আক্ৰমণত নিহত আল কায়দা প্ৰধান আল জাওয়াহিৰি

মাৰ্কিন ড্রোন আক্ৰমণত নিহত আল কায়দা প্ৰধান আল জাওয়াহিৰি। মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে নিশ্চিত কৰিলে খবৰ। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ YouTube: Instagram: Twitter: #JoeBiden #USPresident #USDrone #AymanalZawahiri #america #thecrosscurrent  @The CrossCurrent ​

অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান।

অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান।বুধবাৰে পুৱা নৱগ্ৰহৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট লিপিবিদজনে।

আপৰ ভিতৰচৰাত চলিছে কি ?

আপৰ ভিতৰচৰাত সুৰক্ষিত নহয় মহিলা ! আপত চলিছে নেকি ভাঙোন ! আপৰ নেত্ৰীৰ অডিঅ’ টেপে পোহৰলৈ আনিলে বিস্ফোৰক সত্য আপৰ পৰা নিলম্বিত ৰাজীব শইকীয়া – ৰুদ্ৰাংকৰ হাজৰিকা মহিলা নেত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বিত দুই নেতা ৰাজীব শইকীয়া আম আদমি পাৰ্টীৰ ৰাজ্যিক…

বয়কট লালসিং ছাদ্দা ৷ কি আছে লাল সিং ছাদ্দাত?

লালসিং ছাদ্দা নামৰ চলচ্চিত্ৰখন অহা ১১আগষ্টত মুক্তি দিয়াৰ কথা৷মুক্তিৰ আগতেই চলচ্চিত্ৰখনৰ বিৰুদ্ধে টুইটাৰত ট্ৰেণ্ডিং আৰম্ভ হৈছে ৷চলচ্চিত্ৰখনত আমিৰ খানে লাল সিং সাদ্দাৰ চৰিত্ৰত অভিনয় কৰিছে৷১৯৯৪ চনত নিৰ্মীত হলিউডৰ ছবি ‘ফৰেষ্ট গ্ৰাম্প’ৰ পুনৰ নিৰ্মাণ হৈছে এই চলচ্চিত্ৰখন৷ লালসিং শৈশৱ অৱস্থাতেই মানসিকভাৱে…