মাহ জানুৱাৰী 2022

বিজেপি প্ৰাৰ্থীৰ কনভয়ত আক্ৰমন উত্তৰ প্ৰদেশত

পশ্চিম উত্তৰ প্ৰদেশৰ বহুকেইখন গাঁৱলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা আগন্তুক নিৰ্বাচনৰ বহুকেইজন বিজেপি প্ৰাৰ্থীৰ কনভয়লৈ ক’লা পতাকা দেখুওৱাৰ লগতে বোকা নিক্ষেপ কৰে গাঁওবাসীয়ে । এক ঘটনাত চিৱালখাচৰ বিজেপি প্ৰাৰ্থী মানিন্দৰপাল সিং বিগত ২৪ জানুৱাৰীৰ আবেলি চুৰ গাঁৱত আক্ৰমণৰ সন্মুখীন হয়…

জন্মু- কাশ্মীৰত নিহত ৫ সন্ত্ৰাসবাদী

কাশ্মীৰৰ পুলৱামা আৰু বুদগামত সংঘটিত সংঘৰ্ষৰ ঘটনাত জইছ – ই – মহম্মদৰ কামাণ্ডাৰসহ ৫ জন সন্ত্ৰাসবাদী নিহত হৈছে ৷ নিহত সন্ত্ৰাসবাদী কেইজনৰ ৪ জনেই বিদেশী ৷ আনহাতে , এজন সন্ত্ৰাসবাদী লস্কৰ –ই- তৈবাৰ লগত জড়িত ৷ জন্মু-কাশ্মীৰ পুলিচে জনোৱা অনুসৰি…

চট্টিছগড়ত স্থাপন হ’ব অমৰ জৱান জ্যোতি

চট্টিছগড়ত কংগ্ৰেছে স্থাপন কৰিব অমৰ জৱান জ্যোতি ৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অমৰ জৱান জ্যোতিৰ অগ্নিশিখা নুমুৱাই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ লগত একত্ৰিত কৰাৰ পাছত চট্টিছগড়ৰ ৰায়পুৰত অমৰ জৱান জ্যোতি স্থাপনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই কথা…

কাৰ্বি আংলঙৰ লাহৰিজানত চলিছে উচ্ছেদ

নৰেন শইকীয়া কাৰ্বি আংলঙ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুণৰ আৰম্ভ হৈছে তৃতীয়টো উচ্ছেদ অভিযান ৷ ইতিমধ্যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত লাহৰিজানত চলিছিল দুটাকৈ উচ্ছেদ অভিযান ৷ ২০ আৰু ২৪ ডিচেম্বৰত লাহৰিজানত চলিছিল অভিযান ৷ আজি পুৱাৰে পৰা লাহৰিজানৰ খান…

দেশে এতিয়া জাতীয় প্ৰতীক সমূহক সন্মান প্ৰদর্শনত গুৰুত্ব আৰোপ কৰিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনাতাঁৰ কাৰ্যসূচী “মন কি বাত” ৰ এই বৰ্ষৰ আজি প্ৰথমটো খণ্ড। আজি মহাত্মা গান্ধীৰ ৭৪ সংখ্যক মৃত্য বাৰ্ষিকী। অৰ্থাৎ শ্বহীদ দিৱস। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে “মন কি বাত” অনুষ্ঠানৰ জৰিয়তে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে দেশৰ প্ৰত্যেকজন…