ঘৰমুৱা জুবিন…

ঘৰৰ নিচিনা ঠাই আন ক’তো নাই৷ মই ওভতাৰ পথত… মুম্বাইৰ পৰা ঘৰলৈ উভতিছে জুবিন গাৰ্গ৷ অসুস্থতাৰ পিছত জিৰনিৰ বাবে মুম্বাইলৈ যোৱা জনপ্ৰিয় গায়কজন লকডাউনৰ বাবে আৱদ্ধ হৈ পৰিছিল মহাৰাষ্ট্ৰত৷ শেহতীয়াকৈ লকডাউন কিছু শিথিল হোৱাত তেওঁ এখন বাছযোগে ৰাওনা হৈছে অসমলৈ৷ লগত পত্নী গৰিমা শইকীয়া আৰু তেওঁৰ দুই সহযোগী৷ আজি ফেচবুকৰ জড়িয়তে তেওঁ ঘৰমুৱা পথৰ এখন ফটো ৰাজহুৱা কৰে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে