টেগ uppl

BTR Elections: বি টি আৰ দখলৰ যুঁজত বি জে পি-কংগ্ৰেছ; একেদিনাই বড়োভূমিত ড° হিমন্ত বিশ্ব শৰ্মা-গৌৰৱ গগৈ

আসন্ন বড়ো টেৰিটৰিয়েল ৰিজিঅ’নৰ নিৰ্বাচন (BTR Elections)ক কেন্দ্ৰ কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ গৰম হৈ উঠিছে। শাসকীয় ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু বিৰোধী কংগ্ৰেছ দুয়োটা দলেই ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত জয়ী হ’বলৈ তীব্ৰ প্ৰচেষ্টা চলাইছে। বিশেষকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত…

আগন্তুক উপ-নিৰ্বাচনৰ বাবে গোসাঁইগাঁও আৰু তামোলপুৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী ঘোষণা

🔴 উপ-নিৰ্বাচনৰ বাবে UPPLৰ প্ৰাৰ্থীৰ নাম ঘোষণা 🔴 দুটা সমষ্টিত প্ৰাৰ্থী দিব UPPLয়ে 🔴 গোসাঁইগাঁও আৰু তামোলপুৰৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে UPPLয়ে 🔴 তামোলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত UPPLৰ প্ৰাৰ্থী হব ক্ৰমে জলেন দৈমাৰী আৰু জিৰন বসুমতাৰী

আনুষ্ঠানিকতা বাকী : বিজেপিৰ সংগ এৰিবলৈ সাজু হাগ্ৰামা

এতিয়া কেৱল আনুষ্ঠানিকতাহে বাকী ৷ বিজেপিৰ সংগ এৰিবলৈ সাজু হৈছে মিত্ৰদল বি পিএফ ৷ দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মুকলিকৈ এই মন্তব্য কৰিছে ৷ আজি অসমীয়া দৈনিক কাকত “নিয়মীয়া বাৰ্তা”ত প্ৰকাশিত এক বাতৰিত মহিলাৰীয়ে মন্তব্য কৰিছে যে আজিৰ তাৰিখত ওপৰে ওপৰেহে…