টেগ tamil nadu

আয়ুস মন্ত্ৰালয়ৰ বিষয়াই হিন্দী নজনা সকলক মিটিংৰ পৰা ওলাই যাবলৈ কোৱাক লৈ বিতৰ্ক

শেহতীয়াকৈ আয়ুস মন্ত্ৰালয়ৰ (Ministry of AYUSH) চেক্ৰেটাৰী বৈদ্য ৰাজেশ কটেচাৰ হিন্দী নজনা সকলক লৈ কৰা এক মন্তব্যই পুনৰ হিন্দী জাপি দিয়াক লৈ বিতৰ্কৰ সূচনা কৰিছে। জানিব পৰা মতে আয়ুস মন্ত্ৰালয়ৰ এক ট্ৰেইনিং অনুষ্ঠানত চেক্ৰেটাৰী জনে হিন্দী নজনা সকলক মিটিংৰ পৰা…

হিন্দী নাজানিলে ভাৰতীয় নহয় নেকি?

হিন্দী ভাষা আৰু তামিলনাডুৰ মাজত অতীজৰে পৰা আছে এক অহিনুকূল সম্পৰ্ক। যেতিয়াই দেশত হিন্দী ৰাষ্ট্ৰীয় ভাষা কৰাৰ প্ৰসংগ আহে তেতিয়াই ৰাজ্যখনত আৰম্ভ হয় ব্যাপক প্ৰতিবাদ। শেহতীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তিনি-ভাষাৰ নিয়মকো ৰাজ্যখনৰ মুখ্যমন্ত্ৰীকে আদি কৰি বহুতো ৰাজনীতিকে বিৰোধিতা কৰিছে। ভাষাৰ…

ভাৰতত ত্ৰিশৰো অধিক ৰাজনীতিক কৰোনাত আক্ৰান্ত, ৩ জনৰ মৃত্যু

আগষ্ট মাহটো যেন হৈ পৰিছে ভাৰতৰ ৰাজনীতিক সকলৰ বাবে অতিশয় দু:সহ। এজনৰ পাছত আনজন ৰাজনীতিকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। শেহতীয়াকৈ অমিত শ্বাহৰ দেহত ক’ভিড-১৯ ধৰা পৰাৰ পাছতে কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিডাম্বৰমৰ পুত্ৰ কাৰ্তি চিডাম্বৰমৰ দেহতো ধৰা…