Tag #takio_olympic

মীৰাবাই চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া) পদত নিযুক্তি

মীৰাবাই চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া) পদত নিযুক্তি মণিপুৰ চৰকাৰৰ। শনিবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদান কৰে ক্ৰীড়াবিদগৰাকীক ৰাজ্য চৰকাৰে। উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ভাৰত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জনেৰে উত্তৰ-পূবৰ লগতে ভাৰতক গৌৰৱাম্বিত কৰিছিল মীৰাবাই চানুৱে। ইয়াৰ উপৰিও কমনৱেলথ…