সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত খহি পৰিল টানেল , মৃত্যু শ্ৰমিকৰ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক বৃহৎ অঘটন ৷ মূল বান্ধলৈ পানী আহিবৰ বাবে নিৰ্মান কৰি থকা ইনটেক্ট টানেল খহি পৰাৰ ফলতেই এজন শ্ৰমিকৰ মৃত্যু হয় ৷ নিহত শ্ৰমিকজন গোগামুখৰ জিতু হাতীবৰুৱা বুলি জানিব পৰা গৈছে ৷
অহা আগষ্ট মাহৰ পৰা…