Investigative reporting with dedication.
কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ গুদামত হাজাৰ কুইন্টল চাউল কেনেকৈ গেলিবলৈ পালে? মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ কৃষিমন্ত্ৰীক জবাবদিহি কৰিব পাৰিবনে?

মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্বশর্মাই বানাক্ৰান্তৰ কাৰণে মুক্ত হস্তে দান-বৰঙনি দিবলৈ কোৱাৰ ২৪ ঘণ্টা নহওঁতেই বোকাখাতত এক বৃহৎ চাউল কেলেংকাৰীৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে জীপাল কৃষক শ্ৰমিক সংঘই। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতত বানাক্ৰান্তৰ বাবে অহা চাউলত এই বৃহৎ কেলেংকাৰী…

