Reporting on
‘বিজেপিক ভোট দিয়ক,২০০০ টকাত চিলিণ্ডাৰ কিনক’

২০০০ টকাত চিলিণ্ডাৰ ক্ৰয় কৰিব বিচাৰে নেকি? তেন্তে ভোট দিয়ক মোডীক ! এই আহ্বান ৰাজনৈতিক কৌশলপ্ৰণেতা প্ৰশান্ত কিশোৰৰ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰীক সমালোচনা কৰি এনেদৰে কয় কিশোৰে। শুকুৰবাৰে পশ্চিম চম্পাৰণ জিলাৰ নাৰকতিগঞ্জ অঞ্চলত এক জনসভাত অংশ লৈ এনেদৰে মন্তব্য…
