Reporting on
পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি নৱজোট সিং সিদ্ধুৱে দাখিল কৰিলে পদত্যাগ পত্ৰ

ইতিমধ্যে সমাপ্ত হোৱা পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰম বিফলতাৰ মুখ দেখে। বিগত মঙ্গলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনীয়া গান্ধীয়ে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা পাঁচ ৰাজ্য ক্ৰমে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, গোৱা, পঞ্জাৱ আৰু মণিপুৰৰ ৰাজ্যিক কংগ্ৰেছ দলৰ মুখ্য…
