সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

narendra odi

চৰম প্ৰৱঞ্চনাঃ প্ৰধানমন্ত্ৰীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

পেকেজৰ নামত প্ৰতাৰণা। ২০১৭ ৰ ১ আগষ্টত উত্তৰ পূৱৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা।