আগন্তুক এমাহৰ ভিতৰত বিজেপিত নাথাকিব এজনো মুছলমান জনপ্ৰতিনিধি

আগন্তুক এমাহৰ ভিতৰত বিজেপিত নাথাকিব এজনো মুছলমান জনপ্ৰতিনিধি

আগন্তুক এমাহৰ ভিতৰত বিজেপিত নাথাকিব এজনো মুছলমান জনপ্ৰতিনিধি

অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে ৰাজ্যসভাৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে ৷ এই বিজয় ৰাজনৈতিক কাৰণত বিজেপিৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ , শেহতীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে ৰাজ্যসভাত বিজেপি সাংসদৰ সংখ্যা ১০১ লৈ বৃদ্ধি পালে ৷ ৰাজ্যসভাত ১০০ ৰ…