Investigative reporting with dedication.
নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু পেট্ৰলিয়ামজাত সামগ্ৰীৰ মূল্য হ্রাস কৰাৰ দাবীত আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দিনৰ ১১ বজাৰ পৰা অসমৰ বিভিন্ন জিলা সদৰত কৃষক মুক্তি সংগ্রাম সমিতিৰ জিলা সমিতিসমূহৰ নেতৃত্বত দুঘণ্টীয়া অৱস্থান ধর্মঘটৰ কাৰ্যসূচী ৰূপায়ন…







