অনা কাৰ্বি লোকৰ বাবে কাৰ্বি পৰিষদত আসন সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্বি ছাত্ৰ সন্থাৰ
অনা কাৰ্বি লোকৰ বাবে কাৰ্বি পৰিষদত আসন সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰ্বি ছাত্ৰ সন্থাই। কাৰ্বি আংলং জিলাৰ পশ্চিম কাৰ্বি আংলঙত গ্ৰহণ কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী। কাৰ্বি ভূমিৰ ৬টাকৈ উগ্ৰপন্থী সংগঠন আৰু ভাৰত চৰকাৰৰ মাজত…