তালিবানৰ সৈতে ভাৰতৰ কথা হৈছে নেকি ? কি ক’লে জয়শংকৰে ?
আফগানিস্তানত তালিবানৰ চৰকাৰক ভাৰতে স্বীকৃতি দিবনে ? এই লৈ কৌতুহলত আছে সমগ্ৰ ভাৰতবাসী ৷ তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ নিউ্য়ৰ্কত বৃহস্পতিবাৰে সাংবাদিকৰ আগত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়-‘এই মুহূৰ্তত আমি…