Tag IRCTFC

বিমান বন্দৰৰ পিছত এইবাৰ ভাৰতীয় ৰে’লৱে সংস্থা IRCTC ত নিজৰ অংশীদাৰত্ব বিক্ৰীৰ পৰিকল্পনা মোডী চৰকাৰৰ

photo courtesy: National Herald

বিমান বন্দৰক বেচৰকাৰী খণ্ডৰ হাতত গটাই দিয়াৰ পিছত এইবাৰ মোডী চৰকাৰে ৰে’লৰ সংস্থা IRCTCত নিজৰ শ্বেয়াৰৰ অংশ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। CNBC আৱাজৰ এক বাতৰি অনুসৰি IRCTCত ‘Offer For Sale’ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নিজৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ চিন্তা চর্চা কৰিছে।…