Investigative reporting with dedication.
১৯৭৫ চনৰ পিছত প্ৰথমবাৰলৈ লাডাখ সীমান্তত গুলীচালনা

লাডাখ সীমান্তত প্ৰথমবাৰলৈ ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আজি চীন চৰকাৰে ভাৰতীয় সেনাই যোৱা কালি অৰ্থাৎ ৭ ছেপ্টেম্বৰত LAC অতিক্ৰম কৰি সাৱধানমূলক গুলী চালনা কৰা বুলি ভাৰত চৰকাৰক দোষাৰোপ কৰিছিল। কিন্তু কিছু সময়ৰ পূৰ্বে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা…

