আজি মহাষষ্ঠী The CrossCurrent Oct 11, 2021 আজি মহা ষষ্ঠী । মহা ষষ্ঠীৰ দিনাই উখল মাখল পৰিবেশ সমগ্ৰ ৰাজ্য। ঢাক ঢোল লৈ দেবী দূৰ্গাৰ প্ৰতিমা সমুহ লৈ যোৱা হৈছে নিজ নিজ পূজা মণ্ডপত সমুহলৈ। সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে সন্ধ্যাৰ ভাগলৈ ষষ্ঠীৰ বেদীত প্ৰতিস্থা কৰা হ'ব দেবী দূৰ্গাক ।
আজি পৱিত্ৰ মহালয়া, ধৰালৈ নামিল মা দুৰ্গা The CrossCurrent Oct 6, 2021 আজি মহালয়া। মৰ্ত্যলৈ নামিল দুৰ্গতি নাশিনী মা দুৰ্গা। ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাৰ ভাগতে দেখা গ'ল ব্যাপক উচ্ছাহ উদ্বিপনা। এইবাৰ দেৱী দুৰ্গা ঘোঁৰাত আগমন হ'ল আৰু গমন কৰিব দোলাত। যিহেতু যোৱা বৰ্ষত ক'ভিডৰ বাবে ম্লান পৰিছিল দুৰ্গা পূজা আৰু এইবাৰ…
কাইলৈ মহালয়া,মৰ্ত্যলৈ নামিব দুৰ্গতি নাশিনী মা দুৰ্গা The CrossCurrent Oct 5, 2021 কাইলৈ মহালয়া। মৰ্ত্যলৈ নামিব দুৰ্গতি নাশিনী মা দুৰ্গা। চলিত অক্টোবৰ মাহৰ ১২ তাৰিখৰ পৰা ১৫ তাৰিখলৈ শাৰদীয় দুৰ্গা পূজা। দুৰ্গোৎসৱ উদযাপনৰ বাবে সাজু ৰাজ্যবাসী। এইবাৰ দেৱী ঘোঁৰাত আগমন হৈ গমন কৰিব দোলাত। যিহেতু যোৱা বৰ্ষত ক'ভিডৰ বাবে ম্লান…
নতুন এছ অ’ পি- কিদৰে পাতিব পাৰিব পূজা ? The CrossCurrent Sep 15, 2021 ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে আন এখন নতুন এছ অ' পি৷ বিশেষকৈ দূৰ্গাপূজাক সামৰি প্ৰকাশ কৰা এছ অ' পিৰ নিদের্শনা সমূহ- 1.দূৰ্গাপূজা, কালীপূজা আদিৰ অনুমতি: জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব পূজা-উৎসৱ।…