টেগ darrangeviction

অসমৰ গৰুখুটিঁৰ উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ মহাৰাষ্ট্ৰত

অসমৰ গৰুখুটিঁৰ উচ্ছেদক লৈ এতিয়া মাৰ যোৱা নাই উত্তেজনা। আনকি এই উত্তেজনাই অসমৰ লগতে দেশৰ আন ৰাজ্যকো চুই গৈছে। মহাৰাষ্ট্ৰৰ থানে জিলাৰ মুম্বৰাত মুছলিম সংগঠনৰ নেতৃত্বত চলিছে এই প্ৰতিবাদ। হাতে-হাতে বেনাৰ-পোষ্টাৰ লৈ শতাধিক পুৰুষ-মহিলা। উত্তৰ প্ৰদেশত এগৰাকী মৌলানাক গ্ৰেপ্তাৰ কৰাৰো…

দৰঙত হিমন্ত বা ভূপেন বৰাৰ মানুহ মৰা নাই-আমাৰ মানুহ মৰিছেঃ AIUDF

দৰঙৰ উচ্ছেদ আৰু হিংসাক লৈ মুখ্যমন্ত্ৰীক দলে বলে সাক্ষাৎ কৰিলে AIUDFৰ নেতৃবৰ্গই। AIUDF নেতাৰ মুখ্যমন্ত্ৰীক মুছলমানৰ তেজক লৈ ৰাজনীতি নকৰিবলৈ সকীয়ণি দি সংবাদ মাধ্যমৰ আগত কয় যে – AIUDFয়ে মুছলমানক লৈ ৰাজনীতি নকৰে। এই ভুক্তভোগী মানুহখিনিৰ লগত AIUDFৰ আত্মাৰ সম্পৰ্ক…

গৰুখুঁটিৰ কাণ্ডৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

⚫ গৰুখুঁটি কাণ্ডৰ লগত জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। ⚫ ধৃত ব্যক্তি দুজন আছমত আলি আৰু ছান মামুদ। ⚫ CID য়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন ব্যক্তিকে। ⚫ উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ব্যক্তি দুজনক। ⚫ নিশাৰ ভাগতেই গ্ৰেপ্তাৰ কৰা…