প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কৰোনা পজিটিভ
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ আজি কৰোনা ভাইৰাছ পজিটিভ ধৰা পৰে। খবৰটো টুইটাৰ যুগে ৰাজহুৱা কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি জনে যোৱা এক সপ্তাহত তেওঁৰ সংস্পৰ্ষলৈ অহা সকলোকে চেল্ফ আইচ'লেট কৰাৰ লগতে ক'ভিড-১৯ ৰ টেষ্ট কৰিবলৈ অনুৰোধ জনায়।
উল্লেখযোগ্য…