অলিম্পিকত ভাৰতৰ আৰু এটা পদক লাভ

টকিঅ’ অলিম্পিকত ভাৰতে লাভ কৰিলে আৰু এটা পদক ৷ ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক লাভ বজৰং পুনিয়াৰ ৷ কাজাখাস্তানৰ নিয়াজবেকুভকক ৮-০ পইন্টৰ ব্যৱধানত পৰাজিত কৰি বজৰঙৰ পদক লাভ ৷

টকিঅ’ অলিম্পিকত ভাৰতে লাভ কৰিলে আৰু এটা পদক ৷ ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক লাভ বজৰং পুনিয়াৰ ৷ কাজাখাস্তানৰ নিয়াজবেকুভকক ৮-০ পইন্টৰ ব্যৱধানত পৰাজিত কৰি বজৰঙৰ পদক লাভ ৷

ছেমিফাইনেলত পৰাজিত হ’ল ভাৰতীয় ৰেষ্টলাৰ বজৰং পুনিয়া ৷ হাজি অলিয়েভৰ বিৰুদ্ধে তেও ৫-১২ পইন্টৰ ব্যৱধানত পৰাজিত হয় ৷ ৰেষ্টলিঙৰ ৬৯ কেজি শাখাত তেও ব্ৰঞ্জৰ পদকৰ বাবে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব ৷