উভতি নহাৰ বাটেৰে গ’লগৈ নিপন গোস্বামী
যশস্বী অভিনেতা নিপন গোস্বামীৰ দেহাৱসান। আজি পুৱা ৯-১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । বিগত ২৬ অক্টোবৰত অসুস্থতাৰ বাবে নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰা হৈছিল অভিনেতাগৰাকীক ।
তেজপুৰৰ কলিবাৰীত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত নিপন গোস্বামীৰ…