সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

afganmayor

২৭ বছৰীয়া আফগান মহিলা মেয়ৰ জাৰিফাই কিয় মৃত্যুৰ ক্ষণ গণিছে ?

চকুৰ পচাৰত সকলো সলনি হৈ গ’ল ৷ তালিবানে আফগানিস্তান দখল কৰাৰ লগে লগে প্ৰাণৰ শংকাত ভুগিছে লাখ লাখ নাগৰিক ৷ তালিবানৰ আগ্ৰাসনৰ ভয়াৱহতাৰ কথা ক’বলৈ গৈ শিয়ৰি উঠিছে আফগানিস্তানৰ কণিষ্ঠ মহিলা মেয়ৰ  জাৰিফা গাফাৰি ৷  তেও কয় –‘তালিবানে আমাক কেতিয়া…