Investigative reporting with dedication.
এই দৃশ্য দেখি কিয় মনত পৰে আয়লান কুর্দিলৈ?

আয়লান কুর্দিক মনত আছে? ছিৰিয়াৰ এক তিনিবছৰীয়া কনমানি, যাৰ সমুদ্ৰতীৰত পৰি থকা ছবি দেখি কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেতিয়াই, অলকায়দাৰ হাতৰ পৰা বাচিবলৈ ইৰাক,ছিৰিয়াৰ লাখ লাখ বিপন্ন শৰণার্থীয়ে কিদৰে ইউৰোপৰ বিভিন্ন দেশলৈ যাব লগা হৈছে, তাৰ আচল ছবিখন বিশ্ববাসীয়ে দেখিছিল৷…

