ভয়ংকৰ হাৰত অসমত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ আকৌ ১৪ জনকৈ লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰে ৭ জন কামৰূপৰ ,২ জন হোজাইৰ ,২ জন বিশ্বনাথৰ ,২ জন নলবাৰীৰ আৰু আনজন নগাৱৰ ৷ অসমত ১৩৫ লৈ বৃদ্ধি পালে ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৷
Alert – 14 new #COVID + cases confirmed. 7 are from Kamrup , 2 from Hojai, 2 from Biswanath, 1 from Nagaon,2 from Nalbari. Total cases now touch 135.
Please #StayAtHome as much as possible and follow all instructions.
Update 11: 55 am / May 19#AssamCovidCount pic.twitter.com/nVQXtIkLBk
— Himanta Biswa Sarma (@himantabiswa) May 19, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.