সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাতিটোৰ ভিতৰতে আকৌ এজন বাঢ়িল,শিৱসাগৰত প্ৰথম


নতুন নতুন ঠাইৰ পৰা খবৰ আহিছে ৷ অসমত আকৌ এগৰাকী বাঢ়িল ক’ৰোণা ৰোগী ৷ এইবাৰ খবৰ আহিছে শিৱসাগৰৰ পৰা ৷ অসমত ক’ৰোণা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৫ ৷ পুৱতি নিশা  প্ৰায় ২ বজাত টুইটযোগে জনালে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ এইমাত্ৰ খবৰ অহা ক’ৰোণা আক্ৰান্ত গৰাকী বৰ্তমান যোৰহাটৰ কোৱাৰেন্টাইন কেন্দ্ৰত আছে ৷তেওঁ শিৱসাগৰৰ লৰা ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.