সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিকৃত গামোচা পিন্ধা সকলক গ্ৰেপ্তাৰৰ দাবী

“গামোচা বিকৃত কৰা আটাইকেইজন ব্যক্তিকেই গ্ৰেপ্তাৰ কৰিব লাগে৷বিজেপিয়ে হিন্দু-বাংলাদেশীৰ সমৰ্থনত অসমীয়াক যিমান অপমান কৰিছে গোটেই জীৱনত অসমীয়াই সিমান অপমান পোৱা নাই৷অসমীয়াৰ সন্মানৰ প্ৰতীক গামোচাক দুচোৱা কৰিছে , তাতকৈ ভয়ংকৰ কি হ’ব পাৰে ? বাংলা সাহিত্য সভা , ৰণোজ পেগু, অনুৰাধা শৰ্মা পুজাৰী, ননী গোপাল মহন্ত সকলোকেই গ্ৰেপ্তাৰ কৰিব লাগে ৷বিকৃত গামোচা পৰিধান কৰা সকলোৰে বিৰুদ্ধে ৰুজু হ’ব লাগে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ!’
এই দাবী ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷

Leave A Reply

Your email address will not be published.