সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰু তিনি গৰাকী ক’ৰোনা আক্ৰান্ত চিনাক্ত

আৰু তিনিগৰাকী ক’ৰোণা ৰোগী চিনাক্ত ৷ নগাওঁ, শিৱসাগৰ আৰু তিনিচুকীয়াত চিনাক্ত হৈছে এই তিনিগৰাকী ৰোগী ৷ অসমত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যা ২৫৯ ৷ হিমন্ত বিশ্বই টুইট কৰি জনালে এই খবৰ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.