Reporting on
আজিৰে পৰা ৰাজ্যত পুনৰ কা’ বিৰোধী আন্দোলন ।
২০১৯ৰ দৰে আজিৰে পৰা পুনৰ ৰাজ্যত কা’ বিৰোধী আন্দোলন । আজি শিৱসাগৰৰ পৰা আৰম্ভ হ’ব কা’ বিৰোধী আন্দোলন। কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি প্ৰায় ১৮ টা সংগঠনে কৰিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন। যিহেতু আজিৰ দিনটো ক’লা দিৱস হিচাপে ঘোষণা কৰিছিল উত্তৰ পূব ছাত্র সন্থাই । আৰু আজিৰে পৰাই পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা’ আন্দোলন অব্যাহত থাকিব বুলি জনায় সংগঠনৰ নেতৃত্বই।

