সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#ukraine_war

আফগানিস্তান আৰু ছিৰিয়াতকৈও ইউক্ৰেইনত অধিক ৰাছিয়ান সৈন্যৰ মৃত্যু হৈছে- ভলদিমিৰ জেলেন্সকী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেন্সকীয়ে মন্তব্য কৰি কয় যে আফগানিস্তান আৰু চিৰিয়াতকৈও অধিক ৰাছিয়াৰ সৈনিকৰ ইতিমধ্যে মৃত্যু হৈছে এই সংঘৰ্ষত। ৰাছিয়াৰ ভাষাত সম্বোধন কৰি জেলেন্সকীয়ে ভাষণত কয় যে চিৰিয়া ,…

ৰুছ সেনাক প্ৰতিহত কৰিবলৈ ৰাজপথত জনতা

ৰাছিয়ান সেনাই ইউক্ৰেইনৰ কেবাটাও অঞ্চল ইতিমধ্যে নিজৰ দখললৈ নিছে ৷ ৰাজধানী কিয়েভৰ পৰা আহিছে ধাৰাবাহিক বিস্ফোৰণৰ খবৰ ৷ তাৰ মাজতে ইউক্ৰেইনে দাবী কৰিছে যে ৰুছ সেনাক প্ৰতিহত কৰিবলৈ দেশখনৰ বৃহৎ সংখ্যক জনতা ৰাজপথত নামি পৰিছে ৷ ইউক্ৰেইনৰ বিদেশ…

পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত প্ৰচণ্ড গুলিবৰ্ষণত নিহত ভাৰতীয় ছাত্ৰ

ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষৰ মাজত শেহতীয়াকৈ আহিছে ভাৰতবাসীৰ বাবে এক দুখজনক খবৰ। আজি পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত হোৱা প্ৰচণ্ড গুলিবৰ্ষণত নিহত হয় এজন ভাৰতীয় ছাত্ৰ। এম ই এৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে জনিব দিয়ে এই খবৰ। ছাত্ৰজন খাৰ্কিভ চহৰৰ এক চিকিৎসা…

ইউক্ৰেইনত ভাৰতীয়ৰ হাহাকাৰ : চাৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে তদাৰক কৰিব উদ্ধাৰ অভিযানৰ

অৱশেষত সাৰ পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইউক্ৰেইনক আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰক লৈ আজি এখন বিশেষ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি , কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিঙ পুৰী , জ্যোতিৰাদিত্য…