Investigative reporting with dedication.
কংগ্ৰেছৰ আমোলত কৰোনা ভাইৰাছৰ দৰে মহামাৰী হোৱা হ’লে কি হ’ল হয়? ক’লে নৰেন্দ্ৰ মোদীয়ে

আজি ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰৰ উদ্ধোধনী অনুষ্ঠানত মন্তব্য দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্চৰ্য প্ৰকাশ কৰি কয় যে কৰোনা ভাইৰাছৰ দৰে মহামাৰী ২০১৪ ৰ আগত হোৱা হ’লে দেশে কেনেদৰে যুঁজিলে হেতেন! কেনেদৰে পালন কৰিলে হেতেন লকডাউন যিহেতু তেতিয়া দেশৰ ৬০% লোকে…

