ঘৃণাসূচক মন্তব্য বন্ধ কৰক !
কিমান আৰু অপমান কৰিব? কিমান কৰিব অবমাননা? ধৰ্মীয় অসহিষ্ণুতাত খড়গহস্ত ন্যায়ালয় ।মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ মন্তব্য নিদিব ! সচিবপ্ৰধানৰ পিছত সকীয়ালে উচ্চতম ন্যায়ালয়ে ।
ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটাৰছে মানৱ অধিকাৰ উলংঘন আৰু ঘৃণাসূচক…