Investigative reporting with dedication.
লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে চীনা নাগৰিকক ভাৰতীয় সেনাৰ সহায়

লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন অব্যাহত থকাৰ সময়তে ভাৰত চীনৰ আন এক সীমান্ত উত্তৰ ছিক্কিমত ভাৰতীয় সেনাৰ মানৱীয়তাই হৃদয় জিনিছে সকলোৰে। জানিব পৰা মতে যোৱা ৩ ছেপ্টেম্বৰ তাৰিখে সাগৰ পৃষ্ঠৰ পৰা ১৭৫০০ ফুট উচ্চতাত থকা উত্তৰ ছিক্কিমত তিনি জন চীনা…

