অখিল গগৈ আকৌ দিল্লীলৈ কিয় ?
ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ শণিবাৰে পুণৰ ৰাওনা হৈছে নতুন দিল্লীলৈ ৷ তিনিটা দিনৰ ভ্ৰমণসূচীৰে তেও দুপৰীয়াৰ ভাগত নতুন দিল্লীত উপস্থিত হৈছে ৷ জানিব পৰা মতে , অখিল গগৈয়ে নতুন দিল্লীত ভোট কুশলী প্ৰশান্ত কিশোৰ আৰু তৃণমূল…