ৰাজপথত চলিছে কিয় অসম আৰক্ষীৰ সন্ত্ৰাস?

ভিডিঅ’টো আছিল বুলিহে৷ইতিমধ্যে পল্টন বজাৰ আৰক্ষীৰ কাণ্ডক লৈ ৰাজ্যজুৰি সৃ্ষ্টি হৈছে প্ৰতিক্ৰিয়া৷বৃহস্পতিবাৰে পল্টনবজাৰ আৰক্ষীয়ে এজন বাইক আৰোহীক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছ৷তাৰপিছতেই ঘটনাক লৈ সমালোচনাৰ সন্মুখীন হৈছে আৰক্ষী৷বাইক আৰোহী বিকি গুপ্তাক আক্ৰমণ কৰোতে পিছফালে উঠি অহা পত্নী আৰু…
