প্ৰকৃতিৰ ওপৰত প্ৰভুত্ব দেখুওৱাৰ ফল ভুগিছে নেকি মানুহে? The CrossCurrent Jul 2, 2022 মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন অসমৰ ১৭ শ্ৰমিক। ৭ জোৱান সহ নিহত ১৩। কেনেকৈ সংঘটিত হ'ল এই ভয়ংকৰ ভূমিস্খলন? https://youtu.be/gc8HP6hTRJI
AFSPAৰ অধীনত উত্তৰ-পূৱৰ অশান্তজর্জৰ অঞ্চলৰ পৰিসীমা হ্রাসৰ সিদ্ধান্ত গ্ৰহণ নৰেন্দ্ৰ মোদীৰ The CrossCurrent Mar 31, 2022 অসম, মেঘালয় আৰু নাগালেণ্ডত AFSPA (Armed forces special power Act) ৰ অধীনত অশান্তজর্জৰ অঞ্চল সমূহত পৰিসীমা হ্রাসৰ সিদ্ধান্ত গ্ৰহণ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । এই বাৰ্তা টুইটযোগে সদৰী কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।