চাকৰি বিচৰা নিবনুৱাক আৰক্ষীৰ গালি আৰু গোৰ কিয়?
চাৰি বছৰে নিযুক্তিৰ বাবে আশাৰে ৰৈ থকা এদল নিবনুৱা ৷ ফলাফল বিচাৰি আহিছিল মহানগৰীলৈ ৷ তাৰ পাছত সন্মুখীন হ’ল অকথ্য নিৰ্যাতনৰ ৷ মুখ্যমন্ত্ৰীৰ সন্দেহ-ফাদিল হৈছে ফলাফল ৷ আৰক্ষীৰ নিযুক্তিক লৈ অনেক প্ৰশ্ন ৷ চাওক এই প্ৰতিবেদনত -
স্বতন্ত্ৰতাৰ বাবে…