Investigative reporting with dedication.
১৯৭ কৌটিৰ মালিক পীয়ূষ জৈন আচলতে কাৰ মানুহ ?

আহি আছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন। আৰম্ভ হৈছে ৰাজনৈতিক ঢৌ। নিৰ্বাচনৰ আগতেই কানপুৰৰ ব্যৱসায়ী পীযুষ জৈন ঘৰৰ পৰা কোটি কোটি টকা আৰু সোণ উদ্ধাৰ কৰা হৈছিল। ব্যৱসায়ী পীযুষ জৈন কাৰ মানুহ? শাসন আৰু বিৰোধী দুয়োপক্ষই ইজনে সিজনৰ ফালে আঙুলি তুলিছে। সমাজবাদী…

