Investigative reporting with dedication.
সুখবৰঃ ১৮ অক্টোবৰৰ পৰা ১০০% যাত্ৰীৰে চলিব দেশীয় বিমান

প্ৰায় ২টা বছৰৰ বিৰতিৰ অন্তত দুর্গোৎসৱৰ পিছতেই অহা ১৮ অক্টোবৰৰ পৰা এশ শতাংশ যাত্রীৰে দেশীয় বিমান সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে৷ বিমানত যাত্রীৰ আসনৰ ক্ষমতাক লৈ কোনো নিষেধাজ্ঞা নথকাকৈ ১৮ অক্টোবৰৰ পৰা বিমান সেৱা…

