টেগ #hinduism

দেশতকৈ ডাঙৰ হৈছে ধৰ্ম, চৌদিশে ইমান উন্মাদনা কিয় ?

নুপূৰ শৰ্মাৰ মন্তব্যৰ পাছত এইবাৰ অশান্ত হৈ পৰিছে দেশ ৷ ৰাজ্যই ৰাজ্যই শিলাবৰ্ষণ, গুলীবৰ্ষণ ৷ কিয় ইমান উন্মাদনা? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: …

সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে দিল্লীত ভাতৃত্ববোধৰ নিদৰ্শন

সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে দিল্লীত ভাতৃত্ববোধৰ নিদৰ্শন ৷ নয়দাত হিন্দু ধৰ্মালম্বী লোকৰ সমদলত ইছলাম ধৰ্মৰ লোকে বিলালে পানী আৰু ফল মূল –

উত্তৰ প্ৰদেশত এতিয়াৰ পৰা কেৱল যোগীৰাজ চলিব নেকি?

উত্তৰ প্ৰদেশত এতিয়াৰ পৰা কেৱল যোগীৰাজ চলিব নেকি?   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter:  

ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে দেশৰ বৃহত্তম হিন্দু মন্দিৰৰ বাবে দান কৰে আঢ়ৈ কোটি মূল্যৰ ভূমি

শেহতীয়াকৈ বিহাৰৰ এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে দেশৰ বৃহত্তম হিন্দু মন্দিৰ বিৰাট ৰামায়ণ মন্দিৰৰ বাবে দান কৰে আঢ়ৈ কোটি মূল্যৰ ভূমি।সম্প্ৰতি দেশত একাংশ লোকে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা অব্যাহত থকাৰ মাজতে বিহাৰৰ পূব চম্পাৰন জিলাৰ কাইথৱালিয়া অঞ্চলত অৱস্থিত এই মন্দিৰৰ বাবে…

শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ,কিন্তু প্ৰবর্তন হ’ব গীতা ভাগৱতৰ পাঠ্যক্ৰম৷

ভাগৱত গীতা অন্তভুক্ত হ’ব বিদ্যালয়ৰ পাঠ্যক্ৰমত৷ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰীয়ে অধ্যয়ন কৰিব লাগিব ভাগৱত গীতা৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্যত ২০২২-২৩ শিক্ষাবর্ষৰ পৰা পাঠ্যক্ৰমত অন্তভুক্ত হব ভাগৱত গীতা৷গুজৰাট চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই দেশৰ প্ৰতিখন ৰাজ্যকে ভাগৱত গীতা পাঠ্যক্ৰমত অন্তভুক্ত কৰাৰ আহ্বান…