হাওৰাঘাটত জ্ঞান সাধনা বঁটা প্ৰদান
৫ ছেপ্তেম্বৰ, হাওৰাঘাট : পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাটতো শিক্ষক দিৱস উদযাপন । এই উপলক্ষে সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপৰ উদ্যোগত তিনি গৰাকী কৃতী শিক্ষ্ক ক্ৰমে তৰুণ চন্দ্ৰ সন্দিকৈ, সাৱিত্ৰী দাস আৰু আশ্ৰফ উদ্দিন আহমেদ লৈ "জ্ঞান সাধনা…