অৱশেষত আহিল দুৰ্দান্ত ঘুৰ্ণী বতাহ গুলাবঃ নিহত ৫
ঘুৰ্ণী বতাহ গুলাবক লৈ ইতিমধ্যেই দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছিল হাই এলাৰ্ট। গুলাবৰ তাণ্ডৱত এতিয়া তচনচ হব পাৰে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকূলাম জিলাত ২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে উৰিষ্যাত ৩ জনকৈ মাছমৰীয়াৰ মৃত্যুৰ…