বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত কি কি আলোচনা হ’ল ?
উত্তৰ প্ৰদেশসহ দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপি দলে ৷ দুবছৰৰ মূৰত দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি বিজেপিয়ে সমাগত নিৰ্বাচনৰ বাবে নিজকে সাজু কৰাৰ কাম আৰম্ভ কৰিছে ৷ নতুন দিল্লীত অনুষ্ঠিত…