সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CAA protest

নিৰ্বাচন আহি আছে, অসমত বৰ্তমান চলিছে নতুন ৰাজনৈতিক দলৰ জোৱাৰ

নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী, কিন্তু যোৱা প্ৰায় ৪-৫ মাহত অসমত আবিৰ্ভাৱ হৈছে বহু কেইটা নতুন দলৰ। 'কা' আন্দোলনৰ ফলত অসমৰ জনগণৰ যি বিজেপি বিৰোধী মত তাক লৈয়ে যেন সকলো জলপনা কল্পনা। ইতিমধ্যে অসমত কেইবাটাও ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া…

অখিল গগৈৰ আইনী যুঁজৰ বাবে অসমবাসীৰ আৰ্থিক সাহাৰ্য্য বিচাৰিলে কৃষক মুক্তিয়ে

'কা' আন্দোলনৰ বন্দী অখিল গগৈৰ জেলত থকা আজি প্ৰায় ৮ মাহেই হ'ল। বহুবাৰ জামিন লাভ কৰিয়ো চৰকাৰৰ নতুন নতুন গোচৰৰ বাবে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নোহোৱা কৃষক নেতা জনৰ এতিয়া আইনী যুঁজৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধনৰ অভাৱ। আজি এক সংবাদমেল…

জুবিন গাৰ্গ, বিপিন চাউদাংৰ পিছত মন সলনি হৈছে যতীন বৰাৰো

জুবিন গাৰ্গ, বিপিন চাউদাং ৰ পিছত এইবাৰ মন সলনি হৈছে যতীন বৰাৰো। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি দল ত্যাগ কৰা ‘অভিনেতা’ যতীন বৰাৰ আকৌ বিজেপিলৈ যোৱাৰ মন মেলিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি পুনৰ গেৰুৱা বসন…

‘কা’ ৰ নিয়মাৱলী প্ৰস্তুত কৰাত ব্যৰ্থ কেন্দ্ৰীয় চৰকাৰ, অধিক সময় বিচাৰি গৃহ মন্ত্ৰালয়ৰ…

ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰু প্ৰতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে দিল্লীৰ পৰা আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। 'কা' বলবৎ কৰিবলৈ প্ৰয়োজনীয় আইন খনৰ নিয়মাৱলী প্ৰস্তুত কৰাত বিফল হৈছে কেন্দ্ৰীয় চৰকাৰ। যাৰ ফলত নিয়মাৱলী প্ৰস্তুত কৰাৰ…

২১সপ্তাহীয়া অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰ্গাৰৰ পক্ষত মাৰ্কিন সংগঠন

১২ বাৰ জামিন আবেদনৰ পিছতো অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰগাৰে পোৱা নাই জামিন। এইবাৰ ছাফুৰাৰ জামিনৰ পক্ষত মাত দিছে মাৰ্কিন আইনজীৱী সংগঠনে। তেওঁলোকে কয় যে ছাফুৰাক বন্দী কৰি ৰখাটো আন্তৰ্জাতিক আইন বিৰোধী কাৰ্য। সংশোধিত নাগৰিকত্ব…