কিয় ভাঙিল গুজৰাটৰ দলংখন?

আহমেদাবাদ নিবাসী বিজয় গোস্বামী তেওঁৰ পৰিয়ালক লৈ দেওবাৰে গৈছিল ম’ৰবী দলঙলৈ।সেয়া আছিল দুপৰীয়াৰ কথা।দলংখনৰ মাজলৈকে গৈ তেওঁ তেওঁৰ পৰিয়ালক লৈ উভতি আহিছিল।কাৰণ তেওঁলোক যেতিয়া দলঙৰ মাজ পাইছিলগৈ সেই সময়তে কিছু যুৱকে ওলমা দলংখন জোকাৰি দিছিল।ভয়ত বিতত পৰিয়ালটো তাৰ পৰা আধাতেই…
