ভাৰতৰ বিৰুদ্ধে কিয় তদন্তত নামিব আমেৰিকা? বিবৃতিত প্ৰকাশ কৰিলে মাৰ্কিন প্ৰশাসনে

গুগল, ফেচবুক, এপল্, আমাজন, নেটফ্লিক্সৰ দৰে আমেৰিকাৰ আইটি কোম্পানীসমূহে অনলাইনযোগে বিক্ৰী কৰা পণ্য সামগ্ৰীত দেশসমূহে কিমান অতিৰিক্ত কৰ লগাই, তাৰ তদন্ত কৰিব কেইখনমান আমেৰিকাই। সেই অনুসৰি ভাৰত, তুৰস্ক, ইণ্ডোনেছিয়াত আমেৰিকাই চলাব তদন্ত। মাৰ্কিন বাণিজ্য নিধিৰ তৰফৰ পৰা ৰবাৰ্ট লাইথাইজাৰে মংগলবাৰে…
