অমৰনাথত ভয়ংকৰ দুর্ঘটনা
অমৰনাথত ভয়ংকৰ দুর্ঘটনা৷ ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত নিহত তীৰ্থযাত্রীৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে৷ এতিয়াও সন্ধানহীন বহু তীৰ্থযাত্রী৷ প্ৰায় অর্ধ শতাধিক তীৰ্থযাত্রী নিখোজ৷ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই৷ সমান্তৰালকৈ অভিযান চলাইছে…