চাৰ্জিকেল ষ্ট্ৰাইকৰ নায়কক আম আদমী পাৰ্টীয়ে বনালে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী
নিৰ্বাচনৰ বহু আগতেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৷ মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী গৈছিল উত্তৰাখণ্ডলৈ ৷ তাতেই তেও উত্তৰাখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ…